Meaning : যুদ্ধত কাম অহা
Example :
ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে
Meaning : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
Example :
যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
Synonyms : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা