Meaning : ৰচী বা গুণ আদি বনোৱা মৰা গছৰ আঁহ
Example :
মৰাপাটৰ ৰচী বৰ মজবুত
Meaning : এবিধ উদ্ভিদ যাৰ আঁহৰ ্ পৰা ৰচী, থৈলা, ডাঠ কাপোৰ আদি তৈয়াৰ কৰা হয়
Example :
বেঙ্গলত মৰাপাটৰ খেতি বেছিকৈ হয়
Synonyms : মৰা