Meaning : কাৰোবাৰ লগত প্রেমপূর্ণ ্বা বাৎসল্যপূর্ণ ব্যৱহাৰ কৰা
Example :
সৰু লʼৰা-ছোৱালীক সকলোৱে মৰম কৰে
Synonyms : আপদাৰ কৰা
Meaning : ডাঙৰে সৰুৰ প্রতি মৰম ্প্রদর্শন ্কৰা
Example :
শিশুক মাকে সকলোতকৈ বেছি মৰম কৰে
Synonyms : স্নেহ কৰা