Meaning : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
Example :
আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
Synonyms : মেচ
Meaning : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে
Example :
তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে