Meaning : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
Example :
আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
Synonyms : মেৰ
Meaning : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
Example :
আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ