Meaning : এবিধ বগা বা ৰঙা চানেকীয়া মূলৰ পাচলি
Example :
খেতিয়কে পথাৰত মূলাৰ খেতি কৰিছে
Meaning : খাবলৈ মিঠা আৰু কিছু জলা লগা এক প্রকাৰৰ উদ্ভিদৰ কন্দ বা মূল
Example :
তেওঁ কেঁ্চা মূলা খাই আছে
Synonyms : মূলা গছ