Meaning : মিশ্রণ কৰা বা মিহলোৱা কার্য
Example :
খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
Synonyms : মিহলি
Meaning : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
Example :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
Synonyms : সংমিশ্রণ