Meaning : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
Example :
সাধুসকল মোহত নপৰে
Synonyms : মোহ
Meaning : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
Example :
শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়