Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মংগলময় from অসমীয়া dictionary with examples, synonyms and antonyms.

মংগলময়   বিশেষ্য

Meaning : ধর্ম ্ গ্রন্থৰ দ্বাৰা স্বীকৃত এক সর্ব্বোচ্চ সত্তা, যি সৃষ্টিৰ গৰাকী

Example : ভগৱান সকলোতে আছে ঈশ্বৰ সর্বমংগলময়

Synonyms : ইচ্ছাময়, ঈশ্বৰ, ওপৰৰজনা, কৰুণাময়, চিন্তামণি, জগজীউ, জগজীৱ, জগতস্রষ্টা, জগদীশ, জগদীশ্বৰ, জগৎপতি, জগৎপিতা, ত্রিজগতপতি, ত্রিলোকপতি, দয়াময়, ধাতা, নিয়ন্তা, নিৰাকাৰ, নেদেখাজনা, প্রভু, পৰমপিতা, পৰমব্রহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ্বৰ, পৰাৎপৰ, বিধাতা, বিধাতাপুৰুষ, বিভু, ভগৱান, ভবেশ, ভুৱনেশ্বৰ, সৃষ্টি্কর্তা, ্অন্তর্যামী, ্জগৎকর্তা, ্সনাতন, ্সর্বমঙ্গলময়

মংগলময়   বিশেষণ

Meaning : কল্যাণ কৰোতা

Example : সাধুজনৰ উপদেশ কল্যাণকাৰী

Synonyms : কল্যাণকাৰী, কল্যাণপ্রদ, কল্যাণময়, মংগলকাৰক, মংগলকাৰী, মংগলজনক, মংগলদায়ক, মংগলপ্রদ, মঙ্গলকাৰী, হিতকাৰক, হিতকাৰী, হিতকৰ

चौपाल