Meaning : ভূটানৰ অধিবাসী
Example :
ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
Synonyms : ভূটান বাসী, ভূটানবাসী, ভূটানী
Meaning : ভূটান দেশত থকা বা বসতি কৰা
Example :
এই আলোচনা ভূটীয়া লোকৰ হিতৰ পক্ষত নাই
Synonyms : ভূটানী