Subscribe
URL of the page has been copied to clipboard.
Meaning : পৃথিৱীৰ অভ্যন্তৰ তথা পৃথিৱী পৃষ্ঠৰ প্রস্তৰ, আকৰ, জীৱাশ্ম আৰু পৃথিৱীৰ বুৰঞ্জী অধ্যয়ন কৰা শাস্ত্র বা বিজ্ঞানৰ এটি বিভাগ
Example : ভূতত্ত্ব তেওঁৰ পচন্দৰ বিষয়
Synonyms : ভূ-বিজ্ঞান, ভূ-বিদ্যা, ভূতত্ত্ব, ভূবিদ্যা
Install App