Meaning : পানী উতলালে ধোঁৱাৰ দৰে দেখা ওপৰলৈ উঠি যোৱা সৰু-সৰু জলকণিকা
Example :
জেমছ ৱাটে পোনপ্রথম ভাপ শক্তিৰ আৱিষ্কাৰ কৰিছিল
Synonyms : বাষ্প
Meaning : জুইৰ তাপ
Example :
ছুলাটোৰ কাষত বহাৰ কাৰণে ভাপ লাগি আছে