Meaning : ভাজ্যক ভাজকেৰে হৰণ কৰিলে পোৱা সংখ্যা বা অংক
Example :
বিশক চাৰিৰে হৰণ কৰিলে ভাগফল পাঁচ পোৱা যায়
Synonyms : ভাগ-ফল
Meaning : ভাগ কৰাৰ পিছত বাকী ৰোৱা শেষ অংশ যাক বিভাজ্যৰে আৰু বিভাজন কৰিব নোৱাৰি
Example :
এই ভাগৰ প্রশ্নক সমাধান কৰোতে ভাগফল এক আহিল