Meaning : সজ্জন হোৱা ভাব
Example :
ভদ্রতা এটি বহুত ডাঙৰ গুণ
Synonyms : ঋজুতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
Meaning : শিষ্ট বা ভদ্র হোৱা অৱস্থা
Example :
সেই ৰাজমহলটোৰ ভদ্রতাই সকলোকে আকর্ষিত কৰে
Synonyms : শিষ্টতা