Meaning : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
Example :
মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
Synonyms : ভাৰ
Meaning : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
Example :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
Synonyms : ভাৰ
Meaning : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
Example :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
Synonyms : ভাৰ