Meaning : ভাল নলগা বা কাৰোবাৰ কথা বা কামৰ পৰা মনত দুখ পোৱা
Example :
সঁ্চা কথা প্রায়েই ভাল নালাগে
Synonyms : ভাল নলগা
Meaning : মানসিক কষ্ট বা পীড়া হোৱা
Example :
মোৰ লʼৰাটোৱে এইদৰে একো নোকোৱাকৈ গুচি যোৱাৰ কাৰণে মোৰ আজিও বেয়া লাগে
Synonyms : দুখ লগা