Meaning : যুদ্ধত সৈনিক আদি বা সেনাই অধিষ্ঠান কৰা বিশেষ প্রকাৰ
Example :
জয়দ্রথৰ সুৰক্ষাৰ কাৰণে কমল বেহুৰ নির্মাণ কৰা হৈছিল
Synonyms : ব্যুহ
Meaning : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
Example :
সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
Synonyms : গঠন