Meaning : কাঠ, লোহা আদিৰে সজা দীঘলীয়া চাৰিখুটীয়া আসন
Example :
এই বেঞ্চখনত চাৰিজন মানুহ বহিব পাৰে
Meaning : এজনতকৈ অধিক ব্যক্তি বহিব পৰা কাঠেৰে তৈয়াৰী নাতি-দীৰ্ঘ আসন
Example :
আলহী বৈঠকখানাত বেঞ্চিত বহি আছে
Synonyms : বেঞ্চি