Meaning : তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল লগা এবিধ গুল্মজাতীয় উদ্ভিদ
Example :
খেতিয়কে বেঙেনাৰ খেতিডৰা নিয়াই আছে
Synonyms : বেঙেনা গছ
Meaning : এবিধ গুল্মজাতীয় উদ্ভিদৰ তৰকাৰী হিচাপে খোৱা বেঙুনীয়া ৰঙৰ ফল!
Example :
মায়ে আঞ্জা ৰান্ধিবৰ কাৰণে বেঙেনা কাটি আছে