Meaning : কিলাৰ দেৱালৰ অলপ দূৰে দূৰে থকা ত্রিকোণাকৃতিৰ ঠাই
Example :
বুৰুজৰ আঁৰৰ ্পৰা সৈন্যই যুদ্ধ কৰিছিল
Meaning : মিনাৰৰ ওপৰৰ ভাগ অথবা কোনো অট্টালিকাৰ ওপৰত সজা মিনাৰ
Example :
বুৰুজৰ ওপৰত উৰি থকা পতাকাখন দূৰৰ পৰাই দেখা পোৱা যায়
Synonyms : মিনাৰ