Meaning : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
Example :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
Synonyms : বিৰহ
Meaning : কোনো সংখ্যাৰ পৰা কোনো সংখ্যা আঁতৰোৱা কার্য
Example :
বিয়োগ কৰাৰ পিছত উত্তৰ চাৰি হʼল