Meaning : যিটো ঠেক বা সৰু নহয়
Example :
ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
Synonyms : আহল-বহল
Meaning : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল
Example :
আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো
Synonyms : বিশদ