Meaning : ব্যাপক হোৱা অৱস্থা বা ভাব
Example :
মহাপুৰুষ কবীৰৰ ৰচনাৰাজিৰ পৰা তেওঁৰ জ্ঞানৰ ব্যাপকতাৰ বিষয়ে জানিব পাৰি
Synonyms : ব্যাপকতা
Meaning : বিশাল বা বহুত ডাঙৰ হোৱা অৱস্থা বা ভাব
Example :
সেই ভৱনটোৰ বিশালতাই সকলোকে আকর্ষিত কৰে