Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বিলাই-বিপত্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

বিলাই-বিপত্তি   বিশেষ্য

Meaning : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি

Example : তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে

Synonyms : অথন্তৰ, আপদ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্

Meaning : বেয়া দশা বা অৱস্থা

Example : তেওঁৰ ্দুৰৱস্থা সহিব নোৱাৰি মোৰ ঘৰতেই আশ্রয় দিলোঁ

Synonyms : অগতি, দুর্দ্্শা, দুৰৱস্থা, বিলাই

चौपाल