Meaning : নিজৰ স্থান, প্রতিজ্ঞা, সিদ্ধান্ত আদিৰ পৰা আঁতৰি অহা
Example :
তেওঁ নিজৰ লক্ষ্যৰ পৰা বিচলিত
Meaning : যি শান্ত নহয়
Example :
চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
Synonyms : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, চঞ্চল