Meaning : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
Example :
চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
Synonyms : আন্দোলন
Meaning : কোনো অপ্রিয় বা অনিষ্ট ঘটনাৰ কাৰণে মনত হোৱা বিকাৰ
Example :
বিক্ষোভ কেইবা প্রকাৰৰো হয়