Meaning : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল
Example :
বালীক ভগৱান ৰামে মাৰিছিল
Meaning : যি লিপিত বালী ভাষা লিখা হয়
Example :
বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে
Synonyms : বালী লিপি