Meaning : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
Example :
মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
Synonyms : ভাল
Meaning : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
Example :
এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
Synonyms : ভাল