Meaning : ছেদ কৰা কার্য
Example :
গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
Synonyms : ছেদন
Meaning : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
Example :
এই ঢোলকটো ফুটি থাকিল
Synonyms : ফুটি থকা
Meaning : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
Example :
ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব