Meaning : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী
Example :
ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে
Synonyms : ৰিবন
Meaning : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়
Example :
তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে