Meaning : কাগজ আদি ভালদৰে ৰাখিবৰ কাৰণে চাৰিওমূৰ মেৰিয়াই বনোৱা আৱৰণ বিশেষ
Example :
ককাদেউতাই গুৰুত্বপূর্ণ নথি-পত্রবোৰ ফাইলত ৰাখে
Meaning : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
Example :
পিয়নজনে ফাইলটো লৈ গৈছে
Synonyms : নথি