Meaning : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ
Example :
নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে
Meaning : যʼত ফল লাগি আছে
Example :
খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে
Meaning : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ
Example :
ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে
Synonyms : ফলদায়ী