Meaning : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
Example :
তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
Synonyms : ফলমূল
Meaning : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
Example :
ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
Synonyms : প্ৰতিফল