Meaning : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যোৱা কার্য
Example :
পৰিবহনৰ কাৰণে পৰিবাহকৰ আৱশ্যক হৈছে
Meaning : কোনো বস্তু এঠাইৰ পৰা অন্য কোনো ঠাইলৈ কঢ়িয়াই নিয়া কার্য
Example :
মালবস্তু বহন কৰিবৰ কাৰণে তেওঁ এজন কুলীক মাতিলে
Synonyms : বহন