Meaning : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
Example :
কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
Synonyms : কনডাক্টৰ
Meaning : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
Example :
মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
Synonyms : সঞ্চালক