Meaning : আওবাটে যোৱা কার্য
Example :
অসৎ বন্ধুৰ প্রলোভনত পৰি ৰামে চোৰ কৰিলে
Meaning : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
Example :
কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
Synonyms : লালসা