Meaning : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
Example :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
Synonyms : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
Meaning : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
Example :
যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
Synonyms : মুখ্য