Meaning : পুলিচৰ শী্র্ষ বিষয়াৰ কার্যালয়
Example :
পুলিচে ৰামুক আৰক্ষী থানালৈ ধৰি লৈ গʼল
Synonyms : আৰক্ষী থানা, পুলিচ ষ্টেচন
Meaning : পুলিচ বা আৰক্ষীৰ এক দপ্তৰ যিয়ে এখন জিলাৰ মহকুমাৰ আৰক্ষী চকীসমূহৰ তদাৰকী কৰাৰ লগতে সমাজৰ আইন-শৃংখলা, শান্তি অটুট ৰখাত সহায় কৰে:চোৰ হোৱাৰ পিচত আমি থানাত এজাহাৰ দাখিল কৰিছোঁ
Example :
Synonyms : থানা