Meaning : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
Example :
দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
Synonyms : খেলনা
Meaning : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
Example :
দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
Synonyms : পুত্তলিকা