Meaning : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
Example :
বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
Meaning : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
Example :
ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
Synonyms : পীৰা