Meaning : কোনো বস্তু উপভোগ কৰিবলৈ বা কোনো কাম কৰাৰ অধিকাৰ প্রদান কৰাৰ হেতু প্রদান কৰা এক ধৰণৰ বিশেষ টিকট
Example :
ৰাজুৱে ৰেল যাত্রাৰ কাৰণে এমাহৰ পাছ উলিয়ালে
Synonyms : প্রৱেশিকা পত্র
Meaning : যিটো গ্রহণ কৰা হৈ গৈছে
Example :
লোকসভাত গৃহীত বিধেয়কখন সোনকালেই বলৱৎ হʼব
Synonyms : গৃহীত