Meaning : পোছাক পিন্ধা সৈনিক, চিপাহীৰ আদিৰ সৰু দল
Example :
সংসদ নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে সেনাৰ পল্টন নিয়োজিত কৰা হৈছে
Meaning : স্থল সেনাৰ এটা সৰু ভাগ
Example :
সেনাৰ এটা পল্টনে খেল-পথাৰত নিজৰ কুচকাৱাজ কৰি আছে
Synonyms : প্লাটুন