Meaning : গাখীৰ ফটাই তাৰ পানীভাগ আঁ্তৰালে ৰৈ যোৱা অংশ
Example :
পনীৰেৰে নানা ধৰণৰ মিঠাই আৰু তৰকাৰী বনাব পাৰি
Synonyms : চানা
Meaning : দৈ গাখীৰৰ পৰা পানীভাগ বাহিৰ কৰি তাৰ চানাখিনি জমা কৰি তৈয়াৰ কৰা একধৰণৰ গোটা খাদ্য
Example :
মোৰ ছোৱালীজনীয়ে পনীৰ খাই বৰ ভাল পায়
Synonyms : চীজ