Meaning : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
Example :
তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
Synonyms : পত্রিকা
Meaning : কাগজৰ সমান পাতল ধাতুৰ পাত
Example :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
Synonyms : পাত