Meaning : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
Example :
পাচিটোৰ গোটেইবোৰ আম পকা
Synonyms : পৰিপক্ক হোৱা
Meaning : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
Example :
তেওঁ ্ পকা আম খাই আছে
Synonyms : পৰিপক্ক