Meaning : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
Example :
নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
Meaning : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
Example :
আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
Synonyms : লেবু