Meaning : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
Example :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
Synonyms : অস্ত্রহীন
Meaning : যাৰ হাতত কোনো অস্ত্র নাই
Example :
যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
Synonyms : অস্ত্রহীন