Meaning : কোনো কামৰ কাৰণে বহুতৰ মাজৰ পৰা এজনক বা কিছুমানক প্রতিনিধি হিচাপে বাচনি কৰা কার্য
Example :
আগন্তুক লোকসভাৰ নি্র্বাচন প্রস্তুতি আৰম্ভ হৈ গৈছে
Synonyms : ইলেকচন
Meaning : নি্র্বাচিত বস্তু বা ব্যক্তি
Example :
এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
Synonyms : পচন্দ