Meaning : প্রাণীৰ নাক বা মুখৰ পৰা বাহিৰলৈ ওলাই অহা বতাহ
Example :
নিশাহত কার্বন ্ডাই অক্সাইড প্রাণীৰ শৰীৰৰ পৰা ওলাই আহে
Synonyms : নিশ্বাস
Meaning : ফুমাৰোঁতে মুখৰ পৰা ওলোৱা বতাহ
Example :
নিশাহত চাকিটো নুমাই থাকিল