Meaning : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
Example :
আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
Synonyms : অস্বীকাৰ
Meaning : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
Example :
চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
Synonyms : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত